হাজোক তিনিওটা ধৰ্মৰ সংগমস্থল বুলি গণ্য কৰা হয়। সেই ধৰ্মবোৰ হৈছে
- ক) হিন্দু, শিখ, ইছলাম
- খ) বৌদ্ধ, হিন্দু, ইছলাম
- গ) বৌদ্ধ, জৈন, হিন্দু
- ঘ) হিন্দু, শিখ, বৌদ্ধ
- বৌদ্ধ, হিন্দু, ইছলাম
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।