Daily MCQs
English
অসমীয়া
আমাৰ WhatsApp চেনেল যোগদান কৰক
টেট, আৰক্ষী, ইত্যাদিৰ অনলাইন মক টেষ্ট
নিযুক্তি পৰীক্ষাৰ বাবে শ্ৰেষ্ঠ কিতাপ
20 August 2024
Bhaskar
Share
বিভৱ ভেদ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোক কি বুলি জনা যায়?
ক) গেলভানোমিটাৰ
খ) বেৰ’মিটাৰ
গ) ভল্টমিটাৰ
ঘ) অডোমিটাৰ
ভল্টমিটাৰ
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
একেধৰণৰ প্ৰশ্নসমূহ
মোৱামোৰিয়া বিদ্ৰোহৰ মূল কাৰণ কি আছিল?
অসমৰ মুঠ ভৌগোলিক ক্ষেত্ৰফল হ’ল
এজন মানুহে ঘণ্টাত ১০ কিলোমিটাৰ বেগত খোজ কাঢ়ে আৰু প্ৰতি ১ কিলোমিটাৰৰ মূৰে মূৰে ৫ মিনিট জিৰণি লয়। ৫ কিলোমিটাৰ অতিক্ৰম কৰিবলৈ তেওঁক কিমান সময় লাগিব?
MIDIMUMA ধৰ্মীয় উৎসৱ কোন সম্প্ৰদায়ৰ দ্বাৰা পালন কৰা হয়?
অমিল বিচাৰি উলিয়াওক: ২৫, ৩৩, ২৭, ১৫।