আহোম ৰাজ্যৰ প্ৰথম বৰবৰুৱা সকলৰ এজনেও স্মৰণীয় সুনাম অৰ্জন কৰিলে।পিতৃ-পুত্ৰৰ নাম লিখা
- ক) সত্ৰন বৰ্বৰ(পিতৃ) কলিয়াভোমোৰা বৰফুকন(পুত্ৰ)
- খ) মোমাই তামুলী বৰবৰুৱা(পিতৃ) ,লাচিত বৰফুকন(পুত্ৰ)
- গ) ভোলানাথ বৰবৰুৱা(পিতৃ) ,হৰনাথ বৰফুকন(পুত্ৰ)
- ঘ) এইবোৰৰ কোনোটোৱেই নহয়
- মোমাই তামুলী বৰবৰুৱা(পিতৃ) ,লাচিত বৰফুকন(পুত্ৰ)
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।