Daily MCQs

বিভিন্ন যুগৰ আহোম ৰাজ্যৰ তিনিখন ৰাজধানীৰ নাম লিখা।

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় সংগ্ৰহালয় ক’ত মুকলি কৰা হৈছিল? কোনখন আইনৰ অধীনত অসমক বিধান পৰিষদ দিয়া হৈছিল? কোনটো পদ ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ পদবী? এটা সংখ্যা নিজৰ ২০%তকৈ ৪০ বেছি। সংখ্যাটো কিমান? ৩, ৬, ১২, ২৪, ...ৰ জ্যামিতিক প্ৰগ্ৰেছনৰ পঞ্চম পদ কিমান?