Daily MCQs

What is the most appropriate synonym for the word 'Lament'?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

৬ জন পুৰুষ বা ১২ জন মহিলাই ২০ দিনত এটা কাম কৰিব পাৰে। এই কামৰ দুগুণ কাম কৰিবলৈ ৮ জন পুৰুষ আৰু ১৬ জন মহিলাক কিমান দিন লাগিব? হোমেন বৰগোহাঁইক তেওঁৰ কোনটো উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হয়: Select the correctly spelt word তলৰ কোনটো যোৰ শুদ্ধ? অসম উচ্চ ন্যায়ালয়ৰ নাম কেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয় বুলি সলনি কৰা হৈছিল?