Daily MCQs
English
অসমীয়া
আমাৰ WhatsApp চেনেল যোগদান কৰক
অসমৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ Mock Test
অসমৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ কিতাপ
17 August 2024
Darshan
Share
অসমৰ খাজুৰাহো হৈছে-
ক) মদন কামদেৱ
খ) শিৱদৌল
গ) হয়গ্ৰীৱ মাধৱ মন্দিৰ
ঘ) ওপৰৰ কোনোটোৱেই নহয়
মদন কামদেৱ
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
একেধৰণৰ প্ৰশ্নসমূহ
১৮২৮ চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ______ৰ নেতৃত্বত হৈছিল।
জীয়া ভৰলী নদী অসমৰ কোনখন জিলাত অৱস্থিত?
এজন মানুহে ঘণ্টাত ১০ কিলোমিটাৰ বেগত খোজ কাঢ়ে আৰু প্ৰতি ১ কিলোমিটাৰৰ মূৰে মূৰে ৫ মিনিট জিৰণি লয়। ৫ কিলোমিটাৰ অতিক্ৰম কৰিবলৈ তেওঁক কিমান সময় লাগিব?
ভাৰতৰ প্ৰথমখন পানীৰ তলৰ মেট্ৰো কোনখন ৰাজ্যত অৱস্থিত?
তলৰ কোনখন নদী পূবৰ পৰা পশ্চিমলৈ বৈ যায়?