উচ্চতম ন্যায়ালয়ৰ প্ৰথমজন ন্যায়াধীশ কোন আছিল যাৰ বিৰুদ্ধে স্বাধীন ভাৰতৰ সংসদত অভিযোগনামাৰ প্ৰস্তাৱ উত্থাপন কৰা হৈছিল?
- ক) ন্যায়াধীশ বিৰাস্বামী
- খ) ন্যায়াধীশ বীৰস্বামী ৰামাস্বামী
- গ) ন্যায়াধীশ মহাজন
- ঘ) ন্যায়াধীশ চুব্বা ৰাও
- ন্যায়াধীশ বীৰস্বামী ৰামাস্বামী
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।