Daily MCQs

কঠিন অৱস্থাত কোনটো গেছক ‘শুকান বৰফ’ বুলি জনা যায়:

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

কোনজন আহোম ৰজাক ‘ভগনিয়া ৰজা’ বুলি কোৱা হয়? ৭৫ মিটাৰ দৈৰ্ঘ্যৰ এখন ৰেল ঘণ্টাত ২০ কিলোমিটাৰ বেগত চলি আছে। প্লেটফৰ্মত থিয় হৈ থকা মানুহ এজনক পাৰ হ’বলৈ কিমান চেকেণ্ড সময় লাগিব? অৰ্থনীতিৰ যি অৱস্থাত অৰ্থনৈতিক কাৰ্যকলাপ লেহেমীয়া হৈছে কিন্তু মজুৰি আৰু মূল্য বৃদ্ধি পাই আছে, তাৰ বাবে তলৰ কোনটো শব্দ উপযুক্ত? কোন চনত স্বাধীনতা আন্দোলনত অংশ লোৱাৰ অপৰাধত গোপীনাথ বৰদলৈ গ্ৰেপ্তাৰ হৈছিল? কোন সময়ত মুম্বাইৰ ভিক্টোৰিয়া টাৰ্মিনাছ ষ্টেচন (বৰ্তমান ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ) নিৰ্মাণ কৰা হৈছিল?