Daily MCQs

কোনটো কোম্পানীয়ে অসমৰ প্ৰথম চাহ বাগিচা প্ৰতিষ্ঠা কৰিছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

কোনটো মন্ত্ৰালয়ে ‘মেৰা গাওঁ মেৰী ধৰোহৰ’ কাৰ্যসূচীৰ তদাৰক কৰে? দুয়োজন ভাতৃৰ বৰ্তমানৰ বয়সৰ অনুপাত ১:২ আৰু ৫ বছৰ আগতে অনুপাত আছিল ১:৩। ৫ বছৰৰ পিছত বয়সৰ অনুপাত কিমান হ’ব? পৃথিৱীত ঋতু পৰিৱৰ্তনৰ মূল কাৰণ কি? ৫ টা সংখ্যাৰ গড় যদি ২০ হয় তেন্তে সংখ্যাবোৰৰ যোগফল কিমান হ’ব? নিৰ্মলপ্ৰভা বৰদলৈয়ে কেতিয়া সাহিত্য একাডেমী বঁটা লাভ কৰিছিল?