পানীপথৰ দ্বিতীয় যুদ্ধ (১৫৫৬ খ্ৰীষ্টাব্দ) কাৰ কাৰ মাজত সংঘটিত হৈছিল?
- ক) বাবৰ আৰু ইব্ৰাহিম লোডী
- খ) আকবৰ আৰু হিমু
- গ) আকবৰ আৰু বৈৰাম খান
- ঘ) এইবোৰৰ কোনোটোৱেই নহয়
- আকবৰ আৰু হিমু
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।