Daily MCQs

ভাৰতীয় বায়ুসেনাৰ বাবে কোনখন বিমানে এয়াৰ টু এয়াৰ ৰিফুৱেলাৰ হিচাপে কাম কৰে?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

sin ৬০° cos ৩০° + sin ৩০° cos ৬০° ৰ মান হ’ল: অসমৰ কোনটো শোধনাগাৰ 'অসম চুক্তি শোধনাগাৰ' নামেৰে জনাজাত? ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত উত্তৰ-পূব ভাৰতৰ পাহাৰ আৰু জনজাতীয় অঞ্চলৰ স্বায়ত্তশাসিত প্ৰশাসনৰ ব্যৱস্থা কৰা হৈছে? ৩.৬ কেজিৰ কিমান শতাংশ ৭২ গ্ৰাম? ভাৰতীয় সংবিধানৰ কোনখন সূচীৰ অধীনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ (NCHAC) গঠন কৰা হয়?