Daily MCQs

অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা মল্লযুঁজাৰু কোন?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশ বনাঞ্চলৰ তলত আছে? ল’ণাৰ হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত? প্ৰথম ডিজিটেল ইণ্ডিয়া ফিউচাৰ স্কিলছ ছামিট ক’ত অনুষ্ঠিত হৈছিল? ২০০ মিটাৰ দৈৰ্ঘ্যৰ এখন ৰেল ঘণ্টাত ৫৪ কিলোমিটাৰ বেগত চলি আছে। ১৭৫ মিটাৰ দৈৰ্ঘ্যৰ এখন দলং পাৰ হ’বলৈ কিমান চেকেণ্ড সময় লাগিব? কোন বছৰত ২নং অসম আৰক্ষী বেটেলিয়ন (APBN) উত্থাপন হৈছিল?