Daily MCQs

অসম তথা উত্তৰ-পূর্বাঞ্চলৰ মানুহ-হাতী সংঘাত লাঘৱ কৰিবলৈ যোৱা ১০ আগষ্ট ২০২৪ত মুকলি কৰা মোবাইল এপ্লিকেচনটোৰ নাম কি?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

উদ্ভিদৰ কোনটো অংশত সালোক সংশ্লেষণ প্ৰধানকৈ সংঘটিত হয়? ১৯০৫ চনৰ বংগ বিভাজন কোনজন ভাইচৰয়ৰ দ্বাৰা কৰা হৈছিল? Choose the correct form of the verb for past continuous tense: She __________ (sing) when I entered the room. Give one-word substitution for ‘life history of a person written by another person’. বদন চন্দ্ৰ বৰফুকনৰ পুত্ৰৰ নাম কি আছিল?