Daily MCQs

The boss didn't punish him for coming late. He must be _____ his good books.

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান? যদি 'আকাশ'ক 'তৰা', 'তৰা'ক 'ডাৱৰ', 'ডাৱৰ'ক 'পৃথিৱী', 'পৃথিৱী'ক 'গছ', আৰু 'গছ'ক 'কিতাপ' বোলা হয়, তেন্তে চৰাই ক'ত উৰে? স্বাধীনতাৰ পিছত অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন হৈছে? বায়ুমণ্ডলৰ কোনটো স্তৰত বেছিভাগ বতৰৰ পৰিঘটনা ঘটে? এটা পৰিয়াল বা এটা প্ৰতিষ্ঠানৰ দৰে ব্যক্তিগত অৰ্থনৈতিক গোটৰ অধ্যয়নক কি বুলি কোৱা হয়?