Daily MCQs

ক, খ আৰু গ ৰ গড় বয়স ২৬ বছৰ। যদি ক আৰু গ ৰ গড় বয়স ২৯ বছৰ হয়। খ ৰ বয়স কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

২০২৪ চনৰ অলিম্পিকত তলৰ কোনটো খেল অন্তৰ্ভুক্ত নাছিল? বিশ্বৰ আটাইতকৈ ডাঙৰ প্ৰবাল প্ৰাচীৰ ক’ত পোৱা যায়? অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? তলৰ কোনখন ৰাজ্যৰ লগত অসমে নিজৰ সীমা ভাগ নকৰে? তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন নহয়?