Daily MCQs

৪০ জন ছাত্ৰ-ছাত্ৰীৰ গড় বয়স ১৪ বছৰ আৰু শিক্ষকক অন্তৰ্ভুক্ত কৰিলে গড় বয়স ১৫ বছৰ হ’ব। শিক্ষকৰ বয়স কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

_____ তাৰিখে অসমৰ ৰাজ্যিক ফুল হিচাপে ফক্সটেইল অৰ্কিড (কপৌ ফুল) গ্ৰহণ কৰা হয়। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান আছিল? কোনখন দেশৰ খলিফাক সমৰ্থন কৰিবলৈ ভাৰতীয় মুছলমানসকলে খিলাফৎ আন্দোলন আৰম্ভ কৰিছিল? কুকুৰনেচীয়া বাঘৰ গোট এটাক কোৱা হয়: মাছ : ফুল :: মানুহ : ...?