Daily MCQs

১৫ বছৰৰ পিছত ৰাজীৱৰ বয়স ৫ বছৰ আগৰ বয়সৰ ৫ গুণ হ'ব। বৰ্তমান ৰাজীৱৰ বয়স কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ক’ত অৱস্থিত: দুখী : সুখী :: দুখীয়া : ...? নতুন টোটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ১৮৫৭ চনৰ বিদ্ৰোহৰ সূচনা কৰা প্ৰথম চিপাহীজন কোন আছিল? A) অসমৰ সীমা ভূটান আৰু বাংলাদেশৰ সৈতে ভাগ। B) দক্ষিণে ভূটান, আৰু অসমৰ পূবে বাংলাদেশ। এইবোৰৰ ভিতৰত কোনটো উক্তি শুদ্ধ? চাৰিটা শব্দৰ ভিতৰত কোনটো শব্দ আনৰ লগত মিল নাই?