Daily MCQs

পাঁচ বছৰ আগতে বিনয়ৰ বয়স বিকাশৰ বয়সৰ এক তৃতীয়াংশ আছিল আৰু এতিয়া বিনয়ৰ বয়স ১৭ বছৰ। বিকাশৰ বৰ্তমান বয়স কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

তলৰ কোনখন দেশৰ সাগৰৰ পাৰ নাই? বৰ্তমান ক’ত খাৰুৱা তেলৰ কূপ নাই? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত দেও হাহ প্ৰচুৰ পৰিমাণে পোৱা যায়? নাবাৰ্ড" নামৰ বিত্তীয় প্ৰতিষ্ঠানটো যি বছৰত প্ৰতিষ্ঠা হৈছিল সেয়া হ'ল- হাতীৰ ৰাণী বুলি কাক জনা যায়?