Daily MCQs

পাঁচ বছৰ আগতে বিনয়ৰ বয়স বিকাশৰ বয়সৰ এক তৃতীয়াংশ আছিল আৰু এতিয়া বিনয়ৰ বয়স ১৭ বছৰ। বিকাশৰ বৰ্তমান বয়স কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

সোণৰ ৰাসায়নিক চিহ্ন কি? ৰূপসী বিমানবন্দৰ ক'ত অৱস্থিত? কোনখন দেশে চুৱেজ খাল নিয়ন্ত্ৰণ কৰে? কোনজন আহোম ৰজাই যোৰহাটত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল? তলৰ কোনটো বায়ু প্ৰদূষক নহয়?