Daily MCQs

ভাৰতীয় অসামৰিক সেৱাৰ (আই চি এছ) পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমজন ব্যক্তি কোন?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ভগৱান মহাবীৰ নিৰ্বাণ মহোৎসৱ ক’ত উদ্বোধন কৰিছিল? কোনখন ঠাই অসমৰ নৱদীপ নামেৰে জনাজাত? ১০ বছৰ আগৰ এজন মানুহৰ বয়স পুত্ৰৰ বয়সতকৈ তিনিগুণ। দহ বছৰৰ পাছত মানুহজনৰ বয়স পুত্ৰৰ দুগুণ হ’ব। তেওঁলোকৰ বৰ্তমান বয়সৰ অনুপাত হ’ল ঋগ্বেদ, সামবেদ আৰু যজুৰ্বেদক যৌথভাৱে কোৱা হয় বাস্কেটবলৰ প্ৰতিটো দলত কিমানজন খেলুৱৈ থাকে?