Daily MCQs

অনিল আৰু সুধিৰৰ বৰ্তমান বয়সৰ পাৰ্থক্য ৬ বছৰ। ৪ বছৰৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত হ’ব ৩:৪। সুধিৰৰ বৰ্তমান বয়স কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

অসমৰ সৰ্ববৃহৎ জিলা কোনখন? কোনখন ঠাই অসমৰ নৱদীপ নামেৰে জনাজাত? DVD ৰ সম্পূৰ্ণ ৰূপ কি? মানুহে কৰা প্ৰকৃতিৰ পৰিৱৰ্তনক ____বুলি কোৱা হয়। ২০২০ চনৰ টকিঅ’ অলিম্পিকত কোনটো খেলত ভাৰতে পদক লাভ কৰা নাছিল?