Daily MCQs

জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ তিনিটা মূল মণ্ডল হ’ল

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

অকল ক য়ে ২০ দিনত এটা কাম কৰিব পাৰে, আৰু অকল খ য়ে ৩০ দিনত কৰিব পাৰে। যদি তেওঁলোকে একেলগে কাম কৰে তেন্তে আধা কাম শেষ কৰিবলৈ কিমান সময় লাগিব? ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত তলৰ কোনটো শব্দ নাই? কোনজন আহোম ৰজাই ‘বৰবৰুৱা’ আৰু ‘বৰফুকন’ পদ সৃষ্টি কৰিছিল? ইয়াৰ পৰা পাৰ্থক্য বিচাৰি উলিয়াওক: বিধায়ক, উকীল, মেয়ৰ, ৰাজ্যপাল। অসমৰ পৰা বিচ্ছিন্ন হৈ ১৯৪৭ চনত পূৱ পাকিস্তানক দিয়া জিলাখন আছিল?