Daily MCQs
English
অসমীয়া
আমাৰ WhatsApp চেনেল যোগদান কৰক
অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ Mock Test
অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ কিতাপ
30 July 2024
Darshan
Share
জলপ্ৰপাত ' ভিক্টোৰিয়া ' নদীৰ লগত জড়িত-
ক) আমাজন
খ) মিছৌৰী
গ) ছেইণ্ট.লৰেন্স
ঘ) জাম্বেজি
জাম্বেজি
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
একেধৰণৰ প্ৰশ্নসমূহ
ক, খ আৰু গ ৰ গড় ওজন ৫০ কিলোগ্ৰাম। যদি ক আৰু খৰ গড় ওজন ৪৫ কিলোগ্ৰাম আৰু খ আৰু গ ৰ গড় ওজন ৫৪ কিলোগ্ৰাম হয়, তেন্তে খ ৰ ওজন হ’ব
২০২৪ চনৰ সাহিত্যৰ নোবেল বঁটা কোনে লাভ কৰিছে?
গংগা নদীৰ উৎপত্তি কি?
তলৰ কোনটো সেউজ গৃহ গেছ নহয়?
কোনটো সংখ্যাৰ ১৮% ৭৫ৰ ১২%ৰ সমান?