Daily MCQs

সেউজীয়া উদ্ভিদ খাই জীয়াই থকা জীৱ-জন্তুবোৰক কি নামেৰে জনা যায়

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

ক আৰু খ একেলগে ৮ দিনত এটা কাম সম্পূৰ্ণ কৰিব পাৰে। কেৱল খ য়ে ১২ দিনত সম্পূৰ্ণ কৰিব পাৰে। খ য়ে ৪ দিন অকলে কাম কৰে। বাকী থকা কাম অকলে শেষ কৰিবলৈ ক ক কিমান দিন লাগিব? অসম আৰক্ষীৰ প্ৰাথমিক দায়িত্ব কি? ২০২৪ চনৰ সাহিত্যৰ নোবেল বঁটা কোনে লাভ কৰিছে? স্বতন্ত্ৰ ভাৰতৰ প্ৰথম আইন আৰু ন্যায় মন্ত্ৰী কোন? তলৰ কোনটো ঠাইত এছিয়াৰ প্ৰথম চাহ গৱেষণা কেন্দ্ৰ অৱস্থিত?