Daily MCQs

কোনটো শব্দ আনবোৰৰ লগত নিমিলে? ইঞ্চি, আউন্স, চেণ্টিমিটাৰ, গজ

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

What is the most appropriate synonym for the word 'Diligent'? এটা বাইটত কেইটা বিট থাকে? সতী সাধনী দিৱস কেতিয়া পালন কৰা হয়? উজনি অসমত কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? বিটিআৰত উৎপাদিত প্ৰধান শস্য কি কি?