Daily MCQs

ভাৰতৰ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলে প্ৰথমে ই-বাজেট দাখিল কৰি ছ’চিয়েল মিডিয়াত লাইভ ষ্ট্ৰীম কৰিছিল?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

কামৰূপৰ পাল বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? পেনিচিলিন প্রথমে আৱিষ্কাৰ কৰিছিল ______। নতুন নিযুক্তিৰ বাবে অসম আৰক্ষীৰ সৈতে কোনটো প্ৰশিক্ষণ প্ৰতিষ্ঠান জড়িত? কোনখন দেশক ‘হাৰ্মিট কিংডম’ৰ ভূমি বুলি জনা যায়? ২০২৪ চনৰ পেৰিছ অলিম্পিকত কোন দুখন দেশৰ অংশগ্ৰহণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে?