Daily MCQs

সংখ্যা দুটাৰ গঃসাঃগু ২৩, আৰু সিহঁতৰ লঃসাঃগু ৰ বাকী দুটা গুণক ১৩ আৰু ১৪। সংখ্যা দুটাৰ ভিতৰত ডাঙৰটো কিমান?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

মোহনে ৯% আৰু ১০% সৰল সূতত সমান পৰিমাণৰ ধন দুবছৰ বাবে ঋণ দিছিল। যদি তেওঁৰ মুঠ সূত ৭৬০ টকা হয়, তেন্তে মুঠ কিমান ধন ঋণ দিয়া হৈছিল? তলৰ কোনটো স্থানক অসমৰ নৱদ্বীপ বুলি কোৱা হয়? অসমৰ তলৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন? উজবেকিস্তানৰ মুদ্ৰা কি? কোনজন বৈদিক দেৱতা দুৰ্গ ভংগকাৰী আৰু যুদ্ধ দেৱতা হিচাপে পৰিচিত আছিল?