Daily MCQs
English
অসমীয়া
আমাৰ WhatsApp চেনেল যোগদান কৰক
অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ Mock Test
অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ কিতাপ
24 August 2024
JobAssam
Share
কোনখন যুদ্ধত শ্বেৰ শ্বাহ ছুৰীৰ হাতত হুমায়ুনে মোগল সাম্ৰাজ্য হেৰুৱাইছিল?
ক) চুনাৰ
খ) চৌছা
গ) ঘগ্ৰা
ঘ) কননৌজ
কননৌজ
যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।
একেধৰণৰ প্ৰশ্নসমূহ
ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় ক’ত?
যদি ১০০টা মেকুৰীয়ে ১০০টা এন্দুৰক ১০০ দিনত হত্যা কৰে তেন্তে ৪টা এন্দুৰক হত্যা কৰিবলৈ ৪টা মেকুৰীক কিমান দিন লাগিব?
ভাৰতৰ ভূখণ্ডৰ কিমান শতাংশ অসম ৰাজ্যই সামৰি লৈছে?
_____ of the two sisters is married.
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম গৱৰ্ণৰ কোন আছিল?