Daily MCQs

বিশ্বৰ মুঠ মুগা, সোণালী ৰেচমৰ উৎপাদনৰ ভিতৰত অসমে উৎপাদন কৰে?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

কোন বছৰত গোপীনাথ বৰদলৈক মৰণোত্তৰভাৱে ভাৰতৰত্ন বঁটা দিয়া হৈছিল? বৰ্তমান এজন ব্যক্তিৰ বয়স পুত্ৰৰ বয়সৰ পাঁচগুণ। পাঁচ বছৰ আগত ব্যক্তিৰ বয়স পুত্ৰৰ বয়সৰ দহগুণ আছিল। বৰ্তমান ব্যক্তিজনৰ বয়স কিমান? সুক্লধ্বজক জনপ্ৰিয়ভাৱে কি নামেৰে জনা গৈছিল? হাইড্রোজেনৰ ২ টা পৰমাণু আৰু ছালফাৰৰ ১ টা পৰমাণু থকা যৌগ এটাৰ ৰাসায়নিক সূত্র হৈছে _______। তলৰ কোনটো পাহাৰ তামিলনাডুত অৱস্থিত নহয়?