Daily MCQs

What is the most appropriate synonym for the word 'Wretched'?

যিকোনো এটা বিকল্প বাছি লোৱাৰ পিছত উত্তৰটো চাব পাৰিব।

একেধৰণৰ প্ৰশ্নসমূহ

_____ participants left the meeting in between. তিনি বছৰৰ পাছত এগৰাকী মাতৃ আৰু পুত্ৰৰ মুঠ বয়স হ’ব ৫০ বছৰ। তিনি বছৰৰ আগতে মাতৃৰ বয়স আছিল ৩০ বছৰ। তাইৰ পুত্ৰৰ বৰ্তমান বয়স কিমান? তলৰ কোনখন ভাৰতৰ সাগৰৰ পাৰৰ চহৰ নহয়? One who doesn’t believe in the existence of God is called? মাহমুদ শ্বাহৰ আগ্ৰাসনৰ সময়ত কামৰূপৰ ৰজা কোন আছিল?